Home > Archive > 32th issue > School Zone(32th issue)

লুই পাষ্টুৰ (১৮২২-১৮৯৫)ৰ অন্যান্য অৱদান

ড° প্ৰবোধ বৰা গৱেষণা সঞ্চালক (পশু চিকিৎসা) অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী-৭৮১০২২ পাষ্টুৰে তেওঁৰ জীৱন কালত অণুজীৱ বিজ্ঞানৰ বহুতো মূল্যবান তত্ত্ব আৱিষ্কাৰ কৰি থৈ গৈছে আৰু তেওঁৰ সমসাময়িক আন এজন বিজ্ঞানী ৰবাৰ্ট ককৰ সৈতে অণুজীৱ বিজ্ঞানৰ মূল ভেঁটি প্ৰতিষ্ঠা কৰি থৈ গৈছে। ১৮৫৭ চনত তৃতীয় নেপোলিয়নৰ সৈন্যবাহিনীৰ নাবিকসকলৰ মাজত এক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল, কাৰণ

Read More