Home > Archive > 33th issue > School Zone(33th Issue)

অণুজীৱ বিজ্ঞানৰ ইতিহাস (খণ্ড – ৫)

ড° প্ৰবোধ বৰা গৱেষণা সঞ্চালক (পশু চিকিৎসা) অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী-৭৮১০২২ ৰবাৰ্ট কক্ (১৮৪৩-১৯১০) ১৮৭০ খৃষ্টাব্দৰ শেষৰফালে জাৰ্মানীৰ ৰবাৰ্ট কক্ নামৰ এজন গ্ৰাম্য চিকিৎসকে টেঁটুৱা (Anthrax) ৰোগ সম্পৰ্কে গৱেষণাৰ কামত হাত দিয়ে। এই ৰোগে গ্ৰামাঞ্চলৰ কৃষক আৰু তেওঁলোকৰ পোহনীয়া পশুধন উভয়কে আক্ৰমণ কৰিছিল। তেওঁৰ সীমিত উপাৰ্জনেৰে কোনোমতে ক্ৰয় কৰা এটা অণুবীক্ষণ যন্ত্ৰৰ তলত

Read More