Home > School Zone (Page 2)

তেজ-ৰঙা জেলিমাছ: ৰহস্যময় সাগৰীয় জীৱ

Source: https://www.usgs.gov/media/images/red-jellyfish-genus-poralia যোৱা বছৰৰ আগষ্ট মাহত আমেৰিকাৰ ৰাষ্ট্ৰীয় সাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসন (National Oceanic and Atmospheric Administration)ৰ বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে সাগৰীয় পৃষ্ঠৰ পৰা প্ৰায় ২,৩০০ ফুট গভীৰতাত তেওঁলোকে এক প্ৰকাৰৰ আচৰিত প্ৰাণী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, যি আছিল এবিধ তেজগোড়া ৰঙৰ জেলিমাছ (jellyfish)। এইবিধ জেলিমাছ ‘প’ৰেলিয়া’ নামৰ গোত্ৰৰ অন্তৰ্গত যদিও ই

Read More

অমৰ জীৱ: জেলিফিচ্‌ ‘টুৰিটপ্‌চিচ্‌ ড’ৰ্নি’ (Turritopsis dohrnii)

ড° প্ৰবোধ বৰা মুৰব্বী অধ্যাপক পশু জৈৱ প্ৰযুক্তি বিভাগ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খানাপাৰা, গুৱাহাটী-২২ জীৱৰ বাবে অমৰত্ব লাভ সম্ভৱনে? অথবা প্ৰাণীয়ে বৃদ্ধ কালত চিৰন্তনৰূপে ভূগি অহা জৰাৱস্থাৰ পৰা মুক্তি পোৱাৰ কিবা উপায় আছেনে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বিশ্বৰ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু কোনো সদুত্তৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই। অৱশ্যে যোৱা শতিকাৰ আশীৰ

Read More

‘ইনফ্লামেশ্বন্‌’ বা প্ৰদাহ – জীৱদেহৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা

‘ইনফ্লামেশ্বন্‌’ বা প্ৰদাহ - জীৱদেহৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা                                                                                       ড° নয়নজ্যোতি পাঠক             জীৱদেহত ঘটি থকা বিভিন্ন পৰিঘটনাসমুহৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ পৰিঘটনা হ’ল ‘ইনফ্লামেশ্বন্‌’ বা প্ৰদাহ৷ ‘ইনফ্লামেশ্বন্‌’ শব্দটো আমাৰ প্ৰায় সকলোৰে চিনাকী যদিও আমি বেছিভাগে ইনফ্লামেশ্বন‌্ মানে দেহৰ ক’ৰবাত আঘাত পালে সেই নিৰ্দিষ্ট অংশটো ফুলাৰ লগতে বিষোৱাক বুজোঁ৷ কিন্তু ইনফ্লামেশ্বন্‌ বুলিলে

Read More

বিশ্ব পৰিৱেশ দিৱস আৰু পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ

  ডাঃ অভিজিৎ ডেকা সহকাৰী অধ্যাপক, ৰোগ নিৰূপন বিভাগ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী ৯৮৬৪৫৩১২৪৭ Email id: abhijit.deka@aau.ac.in                  প্ৰকৃতিৰ গুৰুত্বৰ বিষয়ে মানুহক সোঁৱৰাই দিবলৈ প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বতে ইয়াৰ উদযাপনৰ দ্বাৰা পৃথিৱীবাসীক প্ৰকৃতিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ অমূল্য অৱদানৰ

Read More

কৃষি খণ্ডত সেউজ গৃহ/প্লাষ্টিক গৃহৰ ভূমিকা

  জ্যোতিস্মিতা বৰা   কৃষি বিজ্ঞান কেন্দ্ৰ, বাক্সা অসম কৃষি বিশ্ববিদ্যালয় Email: jyotimaina@gmail.com Mobile No. 9864703814            সেউজ গৃহ অথবা প্লাষ্টিক গৃহ সকলোৰে জ্ঞাত এটা ঘৰ/গৃহ, য’ত বায়ুমণ্ডলৰ সকলোবোৰ কাৰক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি, যেনে: পোহৰ, আৰ্দ্ৰতা, উষ্ণতা ইত্যাদি। সেউজ গৃহ বা এনে প্লাষ্টিক গৃহ এটাৰ ভিতৰত বিশ্বৰ যিকোনো ঠাইতে যিকোনো সময়তে অনুকূল বাতাবৰণৰ

Read More

গাণিতিক জীৱবিজ্ঞান বা জৈৱ-গণিত (Mathematical Biology or Bio-mathematics)

ডঃ প্ৰবোধ বৰা মুৰব্বী অধ্যাপক পশু জৈৱ প্ৰযুক্তি বিভাগ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খানাপাৰা, গুৱাহাটী        আমাৰ দেশত সৰহভাগ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজতে এটা ধাৰণা প্ৰচলিত আছে যে জীৱবিজ্ঞান অধ্যয়নৰ বাবে গণিতৰ জ্ঞান অপৰিহাৰ্য্য নহয়। গতিকে গণিত বিষয়ত ভাল ফল দেখুৱাব নোৱাৰা ছাত্ৰ-ছাত্ৰীক সাধাৰণতে জীৱবিজ্ঞানৰ যিকোনো শাখাত অধ্যয়ন আৰু উচ্চ শিক্ষা গ্ৰহণৰ পৰামৰ্শ দিয়া হয়।

Read More

Let’s talk about Artificial Insemination (A.I)

-Dr. Partha Pratim Borah Veterinary Officer Regional A.I. Centre, Lehugaon Biswanath Chariali (Assam)   Artificial Insemination is a method that involves a deliberate introduction of sperm inside a female's cervix. It helps in achieving pregnancy through in vivo fertilization without any sexual intercourse. Artificial Insemination (AI) has lots of benefit, especially to the dairy

Read More

বিজ্ঞান-মনস্কতা বা বৈজ্ঞানিক মানসিকতা: কি আৰু কেনেকৈ?

বৰ্তমান যুগত বিজ্ঞানৰ প্ৰগতি আৰু বৈজ্ঞানিক উদ্ভাৱনসমূহে আমাৰ সকলোৰে ব্যক্তিগত আৰু সামূহিক জীৱনৰ প্ৰায়বিলাক ক্ষেত্ৰতে অপৰিহাৰ্য্য প্ৰভাৱ বিস্তাৰ কৰিছে। কেৱল বৈজ্ঞানিক আৱিষ্কাৰৰ বাবেই নহয়, সাম্প্ৰতিক কালত আমাৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে বৈজ্ঞানিক মানসিকতাৰ অতীব প্ৰয়োজন। বৈজ্ঞানিক মানসিকতাৰ মূল দিশ চাৰিটা – কৌতূহল, মুকলি মন, বিচাৰাত্মক মনোবৃত্তি আৰু বিনয়। কৌতূহল ই হ’ল বিজ্ঞানৰ

Read More

জাপানীজ এনকেফেলাইটিছ ৰোগ: এক বিজ্ঞানসন্মত আলোকপাত।

নেকিবউদ্দিন আহমেদ১*, শৰ্মিতা দলে২, অঞ্জন জ্যোতি নাথ১ আৰু সম্পূৰ্ণ নন্দ যাদৱ১ উত্তৰ-পূৰ্বাঞ্চলত গাহৰিৰ জনসংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় ৪০ শতাংশৰো অধিক আৰু আমাৰ অসমত এই জনসংখ্যা প্ৰায় ১৮ শতাংশ। উত্তৰ-পূৱ ভাৰতৰ লোকসকলৰ প্ৰায় ভাগেই মাংসভোজী সেয়েহে এই অঞ্চলত মাংসৰ চাহিদা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমুহৰ তুলনাত প্ৰায় দুগুণ। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি অসমতো গাহৰি পালনে

Read More

জীৱ-জন্তুত দেখা দিয়া কৰ’না ভাইৰাচ্জনিত ৰোগ

জীৱ-জন্তুত দেখা দিয়া কৰ’না ভাইৰাচ্জনিত ৰোগ ড° নয়নজ্যোতি পাঠক সহকাৰী অধ্যাপক, লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় জ’হিং, লক্ষীমপুৰ                 বৰ্তমান সময়ত মানুহৰ অতি চিনাকি ৰোগবিধেই হ’ল কৰ’না ভাইৰাচৰদ্বাৰা হোৱা কভিড-১৯ (Covid-19 অৰ্থাৎ Coronavirus disease-2019) ৷ যোৱা কিছুদিনত আমি এই ৰোগবিধ বাদুলিৰ পৰা বিয়পা বুলি শুনি আহিছো ৷ তদুপৰি, যোৱা দিনবোৰত বেলেগ বেলেগ জীৱ-জন্তু, বিশেষকৈ কুকুৰাৰ

Read More