Home > Archive > Fourteenth Issue (Page 2)

সংশ্লেষিত জিনমঃ প্ৰত্যাশা আৰু সংশয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত জে, ক্ৰেইগ্‌ ভেন্টাৰ প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ২০১০ চনৰ মে’ মাহত এটা বেক্টেৰিয়াৰ কোষত তাৰ নিজস্ব জিনমৰ বিকল্প হিচাবে মানৱ-সৃষ্ট সংশ্লেষিত জিনম প্ৰতিস্থাপন কৰি এক ‘সংশ্লেষিত কোষ’ সৃষ্টি কৰাৰ কথা ঘোষণা কৰি আধুনিক জীৱবিজ্ঞানত এক ইতিহাস সৃষ্টি কৰিলে। এই সন্দৰ্ভত সমগ্ৰ প্ৰকল্পটোৰ মূল পৰামৰ্শদাতা বিজ্ঞানী ক্ৰেইগ্‌ ভেন্টাৰে কয় - “আমি ইয়াক প্ৰথমটো ‘সংশ্লেষিত কোষ’ বুলি অভিহিত

Read More