Home > School Zone (Page 3)

সংশ্লেষিত জিনমঃ প্ৰত্যাশা আৰু সংশয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত জে, ক্ৰেইগ্‌ ভেন্টাৰ প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ২০১০ চনৰ মে’ মাহত এটা বেক্টেৰিয়াৰ কোষত তাৰ নিজস্ব জিনমৰ বিকল্প হিচাবে মানৱ-সৃষ্ট সংশ্লেষিত জিনম প্ৰতিস্থাপন কৰি এক ‘সংশ্লেষিত কোষ’ সৃষ্টি কৰাৰ কথা ঘোষণা কৰি আধুনিক জীৱবিজ্ঞানত এক ইতিহাস সৃষ্টি কৰিলে। এই সন্দৰ্ভত সমগ্ৰ প্ৰকল্পটোৰ মূল পৰামৰ্শদাতা বিজ্ঞানী ক্ৰেইগ্‌ ভেন্টাৰে কয় - “আমি ইয়াক প্ৰথমটো ‘সংশ্লেষিত কোষ’ বুলি অভিহিত

Read More

ঔষধ-প্ৰতিৰোধী ক্ষমতা সম্পন্ন যক্ষ্মা ৰোগৰ বীজাণু: মানুহ আৰু জীৱ-জন্তুৰ বাবে এক ভয়াবহ সংকট

প্ৰবোধ বৰা মুৰব্বী অধ্যাপক, পশু জৈৱ-প্ৰযুক্তি বিভাগ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী-২২ পৰিচয় চিকিৎসা বিজ্ঞানৰ ইতিহাসত যক্ষ্মা ৰোগে এক বিশেষ গুৰুত্ব বহন কৰিছে। যদিও এই ৰোগৰ চিকিৎসা আৰু নিৰাময় সম্ভৱ, ই প্ৰতিবছৰে সমগ্ৰ বিশ্বতে অতি উচ্চ হাৰত মানুহ আৰু জীৱ-জন্তুৰ মৃত্যু ঘটায়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বছৰি পৃথিৱীৰ প্ৰায় ৮ নিযুত লোক যক্ষ্মা

Read More

জৈৱ তথ্য প্ৰযুক্তি’ – বিজ্ঞানৰ এক নতুন দিগন্ত

প্ৰবোধ বৰা মুৰব্বী অধ্যাপক, পশু জৈৱ-প্ৰযুক্তি বিভাগ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী-২২ আপুনি বাৰু পৃথিৱীৰ কিমান বিধ প্ৰাণী অথবা উদ্ভিদৰ নাম ক’ব পাৰিব? বোধকৰোঁ জানি আচৰিত হ’ব যে পৃথিৱীত এতিয়ালৈকে ১.৩ নিযুততকৈও অধিক ভিন্ন প্ৰজাতিৰ প্ৰাণী তথা উদ্ভিদ আৱিষ্কৃত হৈছে। আধুনিক বিজ্ঞানৰ ন ন পদ্ধতিৰ প্ৰয়োগেৰে বিজ্ঞানী সকলে এই বিচিত্ৰ জীৱ জগতৰ

Read More

Stem cells and their therapeutic potential

Dr. Bhabesh Mili1 and Dr. Amrit Gogoi2 1Assistant Professor, Department of Veterinary Physiology & Biochemistry 2Assistant Professor, Department of Veterinary Pathology   College of Veterinary Sciences & Animal Husbandry Central Agricultural University, Jalukie-797110, Peren, Nagaland. Email ID: bhabamili@gmail.com,   mili.cvsngl@govt.in Mobile No: 8131891253 Introduction: Stem cells are the unspecialized cells which can make exact copies of them

Read More

শাক-পাচলিৰ উপকাৰিতা

দীপক আৰু পাহিৰ মনত আজি খুব ফূৰ্তি। আজি নগাঁৱৰ পৰা ককাক-আইতাক আহিব। স্কুলৰ পৰা আহিয়েই সিহঁতে মাকক সুধি সুধি ব্যতিব্যস্ত কৰিলে – “মা, ককা-আইতা দেখোন অহাই নাই। কেতিয়া পাবহি? ইমান দেৰি কৰিছে!” সিহঁতৰ কথা শুনি মাকে ক’লে – “তেওঁলোক আহি পাবহিয়েই, তোমালোকে হাত-ভৰি ধুই লোৱাঁ। একেলগে ককা-আইতাৰ লগতে ভাত খাব

Read More

Exercise and Immunity

A moderate exercise can boost up your immune system, whereas strenuous exercise may lead to decrease in host immune response. Extreme exercise can cause the transient decrease in white blood cell (Leukocyte) functions, i.e. it creates an “open window” for infection. During this window of infection, there is great extent

Read More

ছাগলীৰ গাখীৰৰ গুণাগুণ আৰু উপকাৰিতা

  যোৱা বছৰৰ মধ্যভাগত ভাৰতৰ কিছু ঠাইত ছাগলীৰ গাখীৰৰ চাহিদা হঠাতে পূৰামাত্ৰাই বাঢ়ি গৈছিল। দিল্লীত প্ৰতি লিটাৰ গাখীৰৰ দাম ২০০০ টকা পৰ্য্যন্ত হৈছিলগৈ। ইয়াৰ কাৰণ আছিল - ছাগলীৰ গাখীৰে ডেংগি ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি ওলোৱা বাতৰি। কিছুমানে এই বাতৰি মানি লোৱা নাছিল। কিন্তু ‘Journal of Pharmaceutical and Biomedical Science’ নামৰ

Read More