Home > Archive > 19th Issue (Page 2)

Curiosity (19th Issue)

*Purabi Nath, Genius Academy, North Lakhimpur প্ৰশ্নঃ মানুহৰ লিঙ্গ কিদৰে নিৰ্দ্ধাৰিত হয়? উত্তৰঃ মানৱ কোষত থকা ২৩ যোৰ ক্ৰমজ’মৰ ভিতৰত এযোৰ লিঙ্গৰ সৈতে জড়িত। পুৰুষৰ ক্ষেত্ৰত এই যোৰৰ ভিতৰত এডাল ‘X’ আৰু আনডাল ‘Y’ ক্ৰমজ’ম। আনহাতে, স্ত্ৰীৰ ক্ষেত্ৰত এই দুয়োডালেই হ’ল ‘X’ ক্ৰমজ’ম। ক্ৰমজ’মৰ প্ৰকাৰ অনুসৰি পুৰুষৰ শুক্ৰাণু দুই প্ৰকাৰৰ হ’ব পাৰে

Read More

‘ইনফ্লামেশ্বন্‌’ বা প্ৰদাহ – জীৱদেহৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা

‘ইনফ্লামেশ্বন্‌’ বা প্ৰদাহ - জীৱদেহৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা                                                                                       ড° নয়নজ্যোতি পাঠক             জীৱদেহত ঘটি থকা বিভিন্ন পৰিঘটনাসমুহৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ পৰিঘটনা হ’ল ‘ইনফ্লামেশ্বন্‌’ বা প্ৰদাহ৷ ‘ইনফ্লামেশ্বন্‌’ শব্দটো আমাৰ প্ৰায় সকলোৰে চিনাকী যদিও আমি বেছিভাগে ইনফ্লামেশ্বন‌্ মানে দেহৰ ক’ৰবাত আঘাত পালে সেই নিৰ্দিষ্ট অংশটো ফুলাৰ লগতে বিষোৱাক বুজোঁ৷ কিন্তু ইনফ্লামেশ্বন্‌ বুলিলে

Read More