বিজ্ঞান-মনস্কতা বা বৈজ্ঞানিক মানসিকতা: কি আৰু কেনেকৈ?
বৰ্তমান যুগত বিজ্ঞানৰ প্ৰগতি আৰু বৈজ্ঞানিক উদ্ভাৱনসমূহে আমাৰ সকলোৰে ব্যক্তিগত আৰু সামূহিক জীৱনৰ প্ৰায়বিলাক ক্ষেত্ৰতে অপৰিহাৰ্য্য প্ৰভাৱ বিস্তাৰ কৰিছে। কেৱল বৈজ্ঞানিক আৱিষ্কাৰৰ বাবেই নহয়, সাম্প্ৰতিক কালত আমাৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে বৈজ্ঞানিক মানসিকতাৰ অতীব প্ৰয়োজন। বৈজ্ঞানিক মানসিকতাৰ মূল দিশ চাৰিটা – কৌতূহল, মুকলি মন, বিচাৰাত্মক মনোবৃত্তি আৰু বিনয়। কৌতূহল ই হ’ল বিজ্ঞানৰ
Read More