Home > Archive > Sixteenth Issue > School Zone(Sixteenth Issue)

বিজ্ঞান-মনস্কতা বা বৈজ্ঞানিক মানসিকতা: কি আৰু কেনেকৈ?

বৰ্তমান যুগত বিজ্ঞানৰ প্ৰগতি আৰু বৈজ্ঞানিক উদ্ভাৱনসমূহে আমাৰ সকলোৰে ব্যক্তিগত আৰু সামূহিক জীৱনৰ প্ৰায়বিলাক ক্ষেত্ৰতে অপৰিহাৰ্য্য প্ৰভাৱ বিস্তাৰ কৰিছে। কেৱল বৈজ্ঞানিক আৱিষ্কাৰৰ বাবেই নহয়, সাম্প্ৰতিক কালত আমাৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে বৈজ্ঞানিক মানসিকতাৰ অতীব প্ৰয়োজন। বৈজ্ঞানিক মানসিকতাৰ মূল দিশ চাৰিটা – কৌতূহল, মুকলি মন, বিচাৰাত্মক মনোবৃত্তি আৰু বিনয়। কৌতূহল ই হ’ল বিজ্ঞানৰ

Read More

জাপানীজ এনকেফেলাইটিছ ৰোগ: এক বিজ্ঞানসন্মত আলোকপাত।

নেকিবউদ্দিন আহমেদ১*, শৰ্মিতা দলে২, অঞ্জন জ্যোতি নাথ১ আৰু সম্পূৰ্ণ নন্দ যাদৱ১ উত্তৰ-পূৰ্বাঞ্চলত গাহৰিৰ জনসংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় ৪০ শতাংশৰো অধিক আৰু আমাৰ অসমত এই জনসংখ্যা প্ৰায় ১৮ শতাংশ। উত্তৰ-পূৱ ভাৰতৰ লোকসকলৰ প্ৰায় ভাগেই মাংসভোজী সেয়েহে এই অঞ্চলত মাংসৰ চাহিদা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমুহৰ তুলনাত প্ৰায় দুগুণ। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি অসমতো গাহৰি পালনে

Read More