Home > Archive > 27th issue > Curiosity(27th issue)

Curiosity(27th Issue)

এই সংখ্যাত Curiosity শিতানৰ প্ৰশ্নসমূহ কৰিছে মৰিয়নি জাতীয় বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্নকৰ্ত্তাঃ শ্ৰীমতী বৈশালী মজুমদাৰ, নৱম শ্ৰেণী। প্ৰশ্নঃ বয়স হ’লে মানুহৰ চুলি পকে কিয়? উত্তৰঃ চুলিৰ গ্ৰন্থিকোষ বা গুটিকা (hair follicle)ৰ ভিতৰত চলাচল কৰি থকা মেলান’চাইট কাণ্ডকোষ (melanocyte stem cells) বিলাকৰ বিকাশ হৈ পূৰ্ণাংগ বিকশিত মেলান’চাইট নামৰ কোষবিলাকে সৃষ্ট কৰা মেলানিন নামৰ এক

Read More