‘ইনফ্লামেশ্বন্’ বা প্ৰদাহ – জীৱদেহৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা
‘ইনফ্লামেশ্বন্’ বা প্ৰদাহ - জীৱদেহৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা ড° নয়নজ্যোতি পাঠক জীৱদেহত ঘটি থকা বিভিন্ন পৰিঘটনাসমুহৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ পৰিঘটনা হ’ল ‘ইনফ্লামেশ্বন্’ বা প্ৰদাহ৷ ‘ইনফ্লামেশ্বন্’ শব্দটো আমাৰ প্ৰায় সকলোৰে চিনাকী যদিও আমি বেছিভাগে ইনফ্লামেশ্বন্ মানে দেহৰ ক’ৰবাত আঘাত পালে সেই নিৰ্দিষ্ট অংশটো ফুলাৰ লগতে বিষোৱাক বুজোঁ৷ কিন্তু ইনফ্লামেশ্বন্ বুলিলে
Read More