Home > Archive > Fourth Issue

8th international Conference of Laboratory Animal Scientists Association (LASA), India on Recent Advances in 3R’s and Laboratory Animal Science

Date:  November 25th-26th, 2017 Jointly Organized by: Jawaharlal Nehru University (JNU), New Delhi, Institute of Genomics & Integrative Biology (IGIB), New Delhi, National Institute of Biologicals (NIB), Noida & Laboratoty Animal Scientists’ Association (LASA), India  For details of registration please visit: http://lasacon2017.com/index.html

Read More

প্রতিষেধক – ডাঃ দীপ প্রকাশ শইকীয়া

প্ৰতিষেধক (Vaccine) মানৱ সভ্যতাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ উদ্ভাৱন আৰু ই হ’ল ৰোগ প্ৰতিৰোধৰ এক ফলপ্ৰসু উপায়। সাধাৰণতে প্ৰতিষেধক সমূহ হৈছে কিছুমান জৈৱিক প্ৰস্তুতি, যাৰ ৰোগ সৃষ্টিকাৰী বীজাণুৰ লগত সাদৃশ্য আছে আৰু ই দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে। প্ৰস্তুতকৰণ প্ৰণালীৰ ওপৰত ভিত্তি কৰি প্ৰতিষেধক সমূহক প্ৰচলিত (Conventional) আৰু জিনীয়ভাৱে পৰিৱৰ্ত্তিত

Read More

মানুহ খোৱা মানু্হ আৰু এক আশ্চৰ্য্যজনক ৰোগ – ডঃ প্রবোধ বৰা

ইংৰাজী ১৯৩০ চনলৈকে পৃথিৱীৰ সৰহ সংখ্যক মানুহেই নাজানিছিল যে ওচেনিয়া মহাদেশৰ অন্তৰ্গত প্ৰশান্ত মহাসাগৰীয় দ্বীপ নিউ গিনীৰ পূৰ্বাংশত অৱস্থিত পেপুৱা নিউ গিনীৰ উচ্চ মালভূমিত মানুহৰ বসতি আছিল। অৱশেষত সেই বছৰতে অষ্ট্ৰেলিয়াৰ স্বৰ্ণ সন্ধানকাৰী কিছু লোকে আৱিষ্কাৰ কৰিলে যে সেই অঞ্চলত প্ৰায় এক নিযুতমান মানুহে বাস কৰে। ১৯৫০ চনত যেতিয়া গৱেষকসকল সেই

Read More