Home > Archive > 28th issue > School Zone(28th issue)

ৰাজ্যিক ফলবিধক ‘জাতি-নেমু’ বুলি ক’লেহে আসোঁৱাহ নাথাকিব

ড০ মহেশ গগৈ বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ ফোন: ৯৩৬৫৪৮২৬৩০ Email: mohesh.gogoi@rediffmail.com অসমৰ মাটিত হোৱা নিৰ্দিষ্ট লক্ষণবিশিষ্ট নেমুবিধক ৰাজ্য চৰকাৰে জাতীয় ফল হিচাবে ঘোষণা কৰি এটা বৰ লেখত ল’বলগীয়া কাম কৰিলে। আগতে আমাৰ জাতীয় ফুল, চৰাই, গছ আৰু জন্তু আছিল যদিও ফল নাছিল। এতিয়া সেই অভাৱটো পূৰণ হ’ল আৰু বাৰীত আলৈ-আথানি হৈ ডাঙৰ হোৱা নেমু গছকেইজোপাই

Read More