Home > Archive > 27th issue > School Zone(27th issue)

সুস্বাস্থ্যৰ বাবে কাঠফুলা

ড° মনোজ কুমাৰ কলিতা অধ্যাপক, মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী-২২           কাঠফুলা বা মাশ্বৰূম হ’ল এক প্ৰকাৰৰ ৰেণুধাৰী, পত্ৰহৰিৎবিহীন, উচ্চবৰ্গৰ মৃতজীৱি ভেঁকুৰ, যিবোৰক প্ৰাক-ঐতিহাসিক যুগৰ পৰাই খাদ্য হিচাবে ব্যৱহাৰ কৰি অহাৰ তথ্য পোৱা যায়। ৰোমানসকলে কাঠফুলাৰ ব্যঞ্জনক বিলাসী আৰু উৎকৃষ্ট খাদ্য বুলি গণ্য কৰিছিল আৰু ইয়াক ভগৱানৰ খাদ্য

Read More