Home > Archive > 22nd issue > Curiosity(22nd issue)

Curiosity (22nd Issue)

গৌৰাঙ্গদ্বীপ শইকীয়া, ৬ষ্ঠ শ্ৰেণী, শ্ৰীসত্য সাই বিদ্যা বিহাৰ, গোলাঘাট। প্ৰশ্নঃ মুকলি আকাশৰ ৰং নীলা কিয়? উত্তৰঃ সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাওঁতে বিভিন্ন গেছ আৰু বায়ুত থকা বিভিন্ন কণাত ঠেকা খাই চাৰিওফালে সিঁচৰিত হৈ পৰে। নীলা ৰং আটাইতকৈ চুটি আৰু সূক্ষ্ম ঢৌৰূপে বিচ্ছুৰিত হয়; সেইবাবে আনবোৰ ৰঙতকৈ বেচিকৈ সিঁচৰিত হয়। সেয়েহে আমি সৰহভাগ সময় আকাশখন

Read More