Home > Archive > 21st issue > School Zone(21st issue)

ব্লব্‌ফিছ (Psychrolutes marcidus) – পৃথিৱীৰ সবাতোকৈ কুৎচিৎ জীৱ (?)

ব্লব্‌ফিছ হ’ল অষ্ট্ৰেলিয়া আৰু টাচ্‌মেনিয়াৰ উপকূলীয় অঞ্চলত সাগৰৰ গভীৰ পানীত বাস কৰা এবিধ মাছ। নিউজিলেণ্ডৰ উপকূলীয় অঞ্চলতো ইয়াক পোৱা যায়। সীমিত ব্যক্তিৰ মাজত চলোৱা এক সমীক্ষাত ইয়াক পৃথিৱীৰ আটাইতকৈ কুন্ধচ জীৱৰূপে অভিহিত কৰা হৈছিল। ইহঁতৰ আকাৰ প্ৰায় এক ফুট দীঘল। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬০০-ৰ পৰা ১২০০ মিটাৰ গভীৰতাত ইহঁত বাস কৰে।

Read More

তেজ-ৰঙা জেলিমাছ: ৰহস্যময় সাগৰীয় জীৱ

Source: https://www.usgs.gov/media/images/red-jellyfish-genus-poralia যোৱা বছৰৰ আগষ্ট মাহত আমেৰিকাৰ ৰাষ্ট্ৰীয় সাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসন (National Oceanic and Atmospheric Administration)ৰ বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে সাগৰীয় পৃষ্ঠৰ পৰা প্ৰায় ২,৩০০ ফুট গভীৰতাত তেওঁলোকে এক প্ৰকাৰৰ আচৰিত প্ৰাণী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, যি আছিল এবিধ তেজগোড়া ৰঙৰ জেলিমাছ (jellyfish)। এইবিধ জেলিমাছ ‘প’ৰেলিয়া’ নামৰ গোত্ৰৰ অন্তৰ্গত যদিও ই

Read More