ব্লব্ফিছ (Psychrolutes marcidus) – পৃথিৱীৰ সবাতোকৈ কুৎচিৎ জীৱ (?)
ব্লব্ফিছ হ’ল অষ্ট্ৰেলিয়া আৰু টাচ্মেনিয়াৰ উপকূলীয় অঞ্চলত সাগৰৰ গভীৰ পানীত বাস কৰা এবিধ মাছ। নিউজিলেণ্ডৰ উপকূলীয় অঞ্চলতো ইয়াক পোৱা যায়। সীমিত ব্যক্তিৰ মাজত চলোৱা এক সমীক্ষাত ইয়াক পৃথিৱীৰ আটাইতকৈ কুন্ধচ জীৱৰূপে অভিহিত কৰা হৈছিল। ইহঁতৰ আকাৰ প্ৰায় এক ফুট দীঘল। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬০০-ৰ পৰা ১২০০ মিটাৰ গভীৰতাত ইহঁত বাস কৰে।
Read More