Home > School Zone > তেজ-ৰঙা জেলিমাছ: ৰহস্যময় সাগৰীয় জীৱ

তেজ-ৰঙা জেলিমাছ: ৰহস্যময় সাগৰীয় জীৱ

     0votes

Source: https://www.usgs.gov/media/images/red-jellyfish-genus-poralia

যোৱা বছৰৰ আগষ্ট মাহত আমেৰিকাৰ ৰাষ্ট্ৰীয় সাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসন (National Oceanic and Atmospheric Administration)ৰ বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে সাগৰীয় পৃষ্ঠৰ পৰা প্ৰায় ২,৩০০ ফুট গভীৰতাত তেওঁলোকে এক প্ৰকাৰৰ আচৰিত প্ৰাণী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, যি আছিল এবিধ তেজগোড়া ৰঙৰ জেলিমাছ (jellyfish)এইবিধ জেলিমাছ ‘প’ৰেলিয়া’ নামৰ গোত্ৰৰ অন্তৰ্গত যদিও ই এক সম্পূৰ্ণ নতুন প্ৰজাতি বুলি ধাৰণা কৰা হৈছে।

এতিয়ালৈকে আৱিষ্কৃত হোৱা ‘প’ৰেলিয়া’ গোত্ৰৰ আন এবিধ প্ৰজাতি হ’ল – প’ৰেলিয়া ৰুফিচেন্স (Poralia rufescens) ইহঁতৰ আকাৰ ঘণ্টা বা টিলিঙাৰ দৰে; ইহঁতৰ শৰীৰত ৩০ ডাল শুং থাকে আৰু সাগৰৰ গভীৰ পানীত ইহঁতে বাস কৰে।

References:

  1. https://www.natureworldnews.com/articles/47071/20210813/blood-red-jellyfish-mysterious-deep-sea-creature-spotted-researchers-footage.htm#:~:text=Poralia%20rufescens,described%20which%20is%20Poralia%20rufescens.
  2. https://www.livescience.com/weirdest-deep-sea-creatures-2021

Leave a Reply