Home > School Zone > ব্লব্‌ফিছ (Psychrolutes marcidus) – পৃথিৱীৰ সবাতোকৈ কুৎচিৎ জীৱ (?)

ব্লব্‌ফিছ (Psychrolutes marcidus) – পৃথিৱীৰ সবাতোকৈ কুৎচিৎ জীৱ (?)

     0votes

ব্লব্‌ফিছ হ’ল অষ্ট্ৰেলিয়া আৰু টাচ্‌মেনিয়াৰ উপকূলীয় অঞ্চলত সাগৰৰ গভীৰ পানীত বাস কৰা এবিধ মাছ। নিউজিলেণ্ডৰ উপকূলীয় অঞ্চলতো ইয়াক পোৱা যায়। সীমিত ব্যক্তিৰ মাজত চলোৱা এক সমীক্ষাত ইয়াক পৃথিৱীৰ আটাইতকৈ কুন্ধচ জীৱৰূপে অভিহিত কৰা হৈছিল।

ইহঁতৰ আকাৰ প্ৰায় এক ফুট দীঘল। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬০০ৰ পৰা ১২০০ মিটাৰ গভীৰতাত ইহঁত বাস কৰে। ইহঁতৰ গাৰ মাংসপেশীবোৰ সাধাৰণতে লুপথুপীয়া, অৰ্দ্ধতৰল অৱস্থাত থাকে আৰু সেইবাবে তাৰ ঘনত্ব পানীতকৈ অলপ কম। সেইবাবে ইহঁতে অনায়াসে পানীত সাঁতুৰি ফুৰিব পাৰে।

Leave a Reply