অণুজীৱ বিজ্ঞানৰ ইতিহাস (খণ্ড – ৬)
ড° প্ৰবোধ বৰা গৱেষণা সঞ্চালক (পশু চিকিৎসা) অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী-৭৮১০২২ এডৱাৰ্দ জেনাৰ (১৭৪৯ – ১৮২৩) আৰু টীকাকৰণ পদ্ধতিৰ আৱিষ্কাৰ বসন্ত বা বৰ আই মানৱ ইতিহাসৰ আটাইতকৈ ভয়াবহ সংক্ৰামক ৰোগবিলাকৰ ভিতৰত অন্যতম। ৰোগাক্ৰান্ত ব্যক্তিৰ ভিতৰত প্ৰায় ৪০ শতাংশৰ মৃত্যু ঘটোৱা আৰু বাকীসকলৰ ভিতৰত অধিক সংখ্যককে এক ভয়াবহ ভৱিষ্যতৰ গৰাহলৈ ঠেলি দিয়া এই ৰোগে
Read More