Home > Archive > 28th issue > Curiosity(28th issue)

Curiosity(28th Issue)

ময়ুখ দত্ত, অষ্টম শ্ৰেণী, শ্ৰী সাই বিদ্যা বিহাৰ, গোলাঘাট প্ৰশ্ন: আপেল এটা কাটিলে কিছু সময়ৰ পাছত মুগা বৰণৰ হৈ যায় কিয়? উত্তৰ: উৎসেচক বা এন্‌জাইমৰ দ্বাৰা সংঘটিত ৰাসায়নিক বিক্ৰিয়াৰ ফলত আপেল এটা কাটিলে কিছু সময়ৰ পাছত মুগা বৰণৰ হৈ যায়। আপেলত প’লিফিনল অক্সিদেজ নামৰ এক উৎসেচক আৰু আন কেতবোৰ প’লিফিনল জাতীয় পদাৰ্থ

Read More