Home > Archive > 26th issue > School Zone(26th issue)

জ্যামিতিৰ বিকাশৰ চমু ইতিহাস

ড° প্ৰবোধ বৰা মুৰব্বী অধ্যাপক, পশু জৈৱ-প্ৰযুক্তি বিভাগ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী-৭৮১ ০২২   খৃষ্টপূৰ্ব ৩০০ মানতে জ্যামিতি বিষয়টো সুপ্ৰতিষ্ঠিত আছিল বুলি জনা যায়, কিয়নো সেই সময়তে গ্ৰীক গণিতজ্ঞ ইউক্লিডে তদানীন্তন উপলব্ধ এই বিষয়ৰ সকলো তথ্য একত্ৰিত কৰি আৰু তাত তেওঁৰ নিজা বৰঙণি যোগ দি ৪৬৫ টা এই সংক্ৰান্তীয় প্ৰস্তাৱনা অথবা সূত্ৰ অন্তৰ্ভুক্ত

Read More