Home > Archive > 22nd issue > School Zone(22nd issue)

মাঙ্কিপক্স (Monkey Pox): এক সংক্ষিপ্ত বিৱৰণ আৰু বৰ্তমান পৰিস্থিতি

সমগ্ৰ বিশ্বৰ ২০ খনতকৈও অধিক দেশত মাঙ্কিপক্স ৰোগাক্ৰান্ত লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ বিস্তাৰ আৰু সংক্ৰমণৰ বিষয়ে সকলোৱে চিন্তিত হৈ পৰিছে, কিয়নো মানৱ সমাজে বিগত দুটা বছৰতকৈও অধিক সময় ধৰি চলি থকা কোভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে সংগ্ৰাম এতিয়াও অব্যাহত ৰাখিছে। সম্প্ৰতি মাঙ্কিপক্সৰ সংক্ৰমণ বিশ্বজুৰি দ্ৰুত গতিত বৃদ্ধি হোৱাৰ ফলস্বৰূপে মানুহৰ মাজত গভীৰ

Read More

নিওপ্লাজম (Neoplasm)

ড° নয়নজ্যোতি পাঠক ড° পূৰৱী ডেকা ‘নিওপ্লাজম’ শব্দটো সাধাৰণ মানুহৰ বাবে এটা সহজতে নুশুনা শব্দ যদিও “কেঞ্চাৰ” বা অসমীয়াত “কৰ্কট ৰোগ” শব্দটো সকলোৱে শুনিছে। যিহেতু কেঞ্চাৰ বুলি কলে নিওপ্লাজমৰ এটা প্ৰকাৰহে বুজায়, সেইয়ে আমি এই লিখনিটোত কেঞ্চাৰৰ সলনি ‘নিওপ্লাজম’ শব্দটোহে ব্যৱহাৰ কৰিম। নিওপ্লাজম (Neoplasm) মানে (গ্ৰীক শব্দ Neo- নতুন; Plasia- বিকাশ

Read More

প্ৰবায়’টিক

ডাঃ অনিন্দিতা শৰ্মা পশু জৈৱ প্ৰযুক্তি বিভাগ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী Email: bonnie2311sarma@gmail.com প্ৰবায়’টিকবোৰ হ’ল কেতবোৰ জীৱিত অণুজীৱ, যাক সঠিক পালিত প্ৰদান কৰিলে পোষকৰ শৰীৰৰ স্বাস্থ্যজনিত উপকাৰ সাধন কৰে। প্ৰবায়’টিক হৈছে জীৱিত উপকাৰী বেক্টেৰিয়া আৰু/বা ইষ্টৰ এক মিশ্ৰণ, যি প্ৰাকৃতিকভাৱে শৰীৰত বাস কৰে। Lactobacillus, Bifidobacterium, Saccharomyces, Enterococcus, Streptococcus, Pediococcus,

Read More