Home > Archive > 26th issue > Curiosity(26th issue)

Curiosity(26th issue)

এই সংখ্যাত Curiosity শিতানৰ প্ৰশ্নসমূহ কৰিছে মৰিয়নি জাতীয় বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্নকৰ্ত্তাঃ শ্ৰীমতী মাধুৰিমা গগৈ, নৱম শ্ৰেণী। প্ৰশ্নঃ কিছুমান ফুল দিনত ফুলে আৰু ৰাতি মৰহি যায়। কিন্তু তাৰ পৰিৱৰ্ত্তে কিছুমান ফুল ৰাতিহে ফুলে কিয়? উত্তৰঃ লাখ লাখ বছৰ ধৰি চলি থকা প্ৰাকৃতিক বিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে উদ্ভিদে তাৰ প্ৰজননৰ বাবে প্ৰয়োজনীয় পৰাগযোগ প্ৰক্ৰিয়াৰ অনুকূল

Read More