Home > Archive > 20th Issue > Curiosity(20th Issue)

Curiosity (20th Issue)

প্ৰশ্নঃ পানীৰ সোৱাদ কিয় নাই? চিম্পী বৰা, ৮ম শ্ৰেণী, বাধাকৰা উচ্চ বিদ্যালয়, লখিমপুৰ উত্তৰঃ বিশুদ্ধ পানীত সম পৰিমাণৰ H+ আৰু OH- আয়ন থাকে। অন্যহাতে, বিশুদ্ধ পানীত কোনো দ্ৰৱীভূত খনিজ পদাৰ্থ বা আন উপাদান নাথাকে। সেয়েহে ইয়াৰ কোনো সোৱাদ নাই। প্ৰশ্নঃ আমাৰ ভোক কিয় লাগে? নিটুমণি বৰা, ৯ম শ্ৰেণী, বাধাকৰা উচ্চ বিদ্যালয়,

Read More