Home > Archive > 25th issue > School Zone(25th issue)

বিশ্ব পৰিৱেশ দিৱস আৰু গোহালিত গৰু

বিশ্ব পৰিৱেশ দিৱস আৰু গোহালিত গৰু ড° মহেশ গগৈ বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ ফোনঃ ৯৩৬৫৪৮২৬৩০           কৃষকৰ অতি মৰমৰ সম্পদ হালোৱা গৰুহালকো বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সাঙুৰি লোৱাৰ সময় সমাগত। বাপতি-সাহোন ৰঙালী বিহুৰ মাদকতা আমাৰ মনত এতিয়াও লাগি আছে আৰু বিহুৰ কেইদিনত গাঁৱৰ হুঁচৰিযোৰাই গৃহস্থৰ পদুলিত যথাৰীতি “ভঁৰালত ধান, গোহালিত গৰু, বাৰীত তামোল-পাণ, পুখুৰীত মাছ

Read More