ব্যৱহাৰিক দিশত পশুধনৰ ভ্ৰূণ সংস্থান প্ৰণালীক আদৰি লোৱাত ইমান পলম কিয় ?
ডাঃ পাৰ্থ প্ৰতিম বৰা কৃত্ৰিম গো- প্ৰজননৰ (Artificial Insemination) দ্বাৰা থলুৱা জাতৰ গাই গৰু, ম’হ, গাহৰি, কিম্বা ছাগলীৰ বংশৰ উন্নীতকৰণ কৰিব পৰা প্ৰক্ৰিয়া বহু দিনৰ পৰাই চলি আহিছে। গতিকে ইয়াক আঁতৰাই নতুন কিবা এটা কৰাৰ প্ৰশ্নই আহিব নোৱাৰে। কিন্তু এই প্ৰণালীটোৰ দ্বাৰা বহু সময়ত আশা কৰা ধৰণে ফল নোপোৱাৰ বাবে
Read More