কৃষি খণ্ডত সেউজ গৃহ/প্লাষ্টিক গৃহৰ ভূমিকা
জ্যোতিস্মিতা বৰা কৃষি বিজ্ঞান কেন্দ্ৰ, বাক্সা অসম কৃষি বিশ্ববিদ্যালয় Email: jyotimaina@gmail.com Mobile No. 9864703814 সেউজ গৃহ অথবা প্লাষ্টিক গৃহ সকলোৰে জ্ঞাত এটা ঘৰ/গৃহ, য’ত বায়ুমণ্ডলৰ সকলোবোৰ কাৰক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি, যেনে: পোহৰ, আৰ্দ্ৰতা, উষ্ণতা ইত্যাদি। সেউজ গৃহ বা এনে প্লাষ্টিক গৃহ এটাৰ ভিতৰত বিশ্বৰ যিকোনো ঠাইতে যিকোনো সময়তে অনুকূল বাতাবৰণৰ
Read More