পশু-পক্ষীৰ পৰা সংক্ৰমিত হ’ব পৰা কেইটামান ৰোগ
পশু-পক্ষীৰ পৰা সংক্ৰমিত হ’ব পৰা কেইটামান ৰোগ ড০ বিৰাজ কুমাৰ শৰ্মা সহকাৰী অধ্যাপক, শল্যচিকিৎসা আৰু ৰঞ্জনৰশ্মি বিভাগ লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, উত্তৰ লখিমপুৰ, অসম ফোনঃ ৯৮৬৪৭৪৩০৩৪ আজি সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে এক বিভীষিকাৰ সৃষ্টি কৰি স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰি তুলিছে । বিশ্ব সম্প্ৰদায়ৰ মাজত জনাজাত হোৱা এই ক’ভিড-১৯ ৰোগে কিছুমান দেশৰ অৰ্থনীতি এনেদৰে
Read More