জাপানীজ এনকেফেলাইটিছ ৰোগ: এক বিজ্ঞানসন্মত আলোকপাত।
নেকিবউদ্দিন আহমেদ১*, শৰ্মিতা দলে২, অঞ্জন জ্যোতি নাথ১ আৰু সম্পূৰ্ণ নন্দ যাদৱ১ উত্তৰ-পূৰ্বাঞ্চলত গাহৰিৰ জনসংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় ৪০ শতাংশৰো অধিক আৰু আমাৰ অসমত এই জনসংখ্যা প্ৰায় ১৮ শতাংশ। উত্তৰ-পূৱ ভাৰতৰ লোকসকলৰ প্ৰায় ভাগেই মাংসভোজী সেয়েহে এই অঞ্চলত মাংসৰ চাহিদা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমুহৰ তুলনাত প্ৰায় দুগুণ। সেয়েহে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি অসমতো গাহৰি পালনে
Read More