নিওপ্লাজম (Neoplasm)
ড° নয়নজ্যোতি পাঠক ড° পূৰৱী ডেকা ‘নিওপ্লাজম’ শব্দটো সাধাৰণ মানুহৰ বাবে এটা সহজতে নুশুনা শব্দ যদিও “কেঞ্চাৰ” বা অসমীয়াত “কৰ্কট ৰোগ” শব্দটো সকলোৱে শুনিছে। যিহেতু কেঞ্চাৰ বুলি কলে নিওপ্লাজমৰ এটা প্ৰকাৰহে বুজায়, সেইয়ে আমি এই লিখনিটোত কেঞ্চাৰৰ সলনি ‘নিওপ্লাজম’ শব্দটোহে ব্যৱহাৰ কৰিম। নিওপ্লাজম (Neoplasm) মানে (গ্ৰীক শব্দ Neo- নতুন; Plasia- বিকাশ
Read More