Home > School Zone (Page 4)

ছাগলীৰ গাখীৰৰ গুণাগুণ আৰু উপকাৰিতা

  যোৱা বছৰৰ মধ্যভাগত ভাৰতৰ কিছু ঠাইত ছাগলীৰ গাখীৰৰ চাহিদা হঠাতে পূৰামাত্ৰাই বাঢ়ি গৈছিল। দিল্লীত প্ৰতি লিটাৰ গাখীৰৰ দাম ২০০০ টকা পৰ্য্যন্ত হৈছিলগৈ। ইয়াৰ কাৰণ আছিল - ছাগলীৰ গাখীৰে ডেংগি ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি ওলোৱা বাতৰি। কিছুমানে এই বাতৰি মানি লোৱা নাছিল। কিন্তু ‘Journal of Pharmaceutical and Biomedical Science’ নামৰ

Read More

ইব’লা ভাইৰাছ ৰোগৰ বিষয়ে জানো আহাঁ

আজিৰ পৰা কেইবছৰমান আগেয়ে সমগ্ৰ বিশ্বতে আতঙ্কৰ সৃষ্টি কৰিছিল এটি বিশেষ নামে, সেইয়া আছিল “ইব’লা ভাইৰাছ” ৰোগ, যাৰ ভয়ত ত্ৰাসিত হৈ পৰিছিল সমগ্ৰ বিশ্ব । যাৰ বাবে ত্ৰস্তমান হৈ স্বয়ং আন্তঃৰাষ্ট্ৰীয় বিশ্ব স্বাস্থ্য সংস্থাইও সমগ্ৰ বিশ্বজুৰি জৰুৰী অৱস্থাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছিল । আমাৰ দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও এইক্ষেত্ৰত উদ্বিগ্ন হৈ পৰিছিল আৰু সেই

Read More

প্রতিষেধক – ডাঃ দীপ প্রকাশ শইকীয়া

প্ৰতিষেধক (Vaccine) মানৱ সভ্যতাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ উদ্ভাৱন আৰু ই হ’ল ৰোগ প্ৰতিৰোধৰ এক ফলপ্ৰসু উপায়। সাধাৰণতে প্ৰতিষেধক সমূহ হৈছে কিছুমান জৈৱিক প্ৰস্তুতি, যাৰ ৰোগ সৃষ্টিকাৰী বীজাণুৰ লগত সাদৃশ্য আছে আৰু ই দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে। প্ৰস্তুতকৰণ প্ৰণালীৰ ওপৰত ভিত্তি কৰি প্ৰতিষেধক সমূহক প্ৰচলিত (Conventional) আৰু জিনীয়ভাৱে পৰিৱৰ্ত্তিত

Read More

ফলাহাৰৰ লগত জড়িত এনকেফেলাইটিচ

ভগৎ লাল দত্ত কনচাল্টেণ্ট চাইণ্টিষ্ট এনকেফেলাইটিচ (Encephalitis, এনচেফেলাইটিচ বুলিও কোৱা হয় ) হৈছে এক প্ৰকাৰৰ মস্তিষ্কৰ প্ৰদাহ (মস্তিষ্ক জ্বৰ)। ইয়াত আক্ৰান্ত হ’লে মস্তিষ্কৰ কোষসমুহ ফুলি উঠি নষ্ট হ’বলৈ ধৰে। পৰৱৰ্তী পৰ্যায়ত মস্তিষ্কৰ ভিতৰত ৰক্তক্ষৰণ হয়। ই বহু পৰিমাণে ঘাতক, প্ৰাণ হানিৰ সম্ভাৱনা যথেষ্ট বেছি। ইয়াৰ চকুত পৰিব পৰা বাহ্যিক লক্ষণ হিচাপে তীব্ৰ

Read More

জৈৱিক কৃষিৰ বাবে উপযুক্ত কিছু দ্ৰৱ্য – ৰুদ্ৰ নাৰায়ণ বৰকাকতি

অতি প্ৰাচীন কালৰে পৰা ভাৰত উপমহাদেশত জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলন হৈ আহিছে ৷ এই জৈৱিক কৃষি ব্যৱস্থাত কৃষি ভুমিডৰাক এনে ধৰণে তৈয়াৰ কৰা হয় যে,- ভুমিভাগ জীৱন্ত হৈ থকাৰ বাবে জৈৱ বৰ্জ্য দ্ৰৱ্য (উদ্ভিজ আৰু প্ৰাণীজ পদাৰ্থ) আৰু অন্যান্য জৈৱিক পদাৰ্থৰ লগতে উপকাৰী অনুজীৱ(জীৱানুসাৰ)ক সুস্থ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ নিমিত্তে প্ৰয়োগ

Read More

জিনীয়ভাৱে পৰিৱৰ্তিত জীৱ (Genetically Modified Organism)

বৰ্তমান যুগত জৈৱপ্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশে আমাৰ জীৱন ধাৰণ প্ৰক্ৰিয়াত এক বিপ্লৱৰ সূচনা কৰিছে। জিনীয়ভাৱে পৰিৱৰ্তিত জীৱ হ’ল এনে এবিধ জীৱ যাৰ জিনসমূহ জিনীয় আভিযান্ত্ৰিক (genetic engineering) পদ্ধতিৰ দ্বাৰা সালসলনি কৰি নতুবা অন্য প্ৰজাতিৰ জীৱৰ পৰা আহৰণ কৰা জিন সংযোজন কৰি নতুন কিছুমান চৰিত্ৰ প্ৰদান কৰা হয়। বৈজ্ঞানিকভাৱে সৃষ্ট প্ৰথম জিনীয়ভাৱে

Read More